Local, Vocal, Global

ভাল খবৰ, অসম আৰক্ষীত  ১৬,০০০ পদত নিযুক্তি দিয়া হব

নিউজ ডেস্ক:১0 মে’ৰ ভিতৰত অসম আৰক্ষীত ১৬,০০০ পদত দিয়া হব নিযুক্তি।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক আৰক্ষীক ১0 মে’ৰ ভিতৰত প্ৰায় ১৬,০০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে

দুলিয়াজানত চলি থকা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ সময়ত এই নিৰ্দেশনা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।ৰাজ্যিক আৰক্ষীৰ নতুন কমাণ্ডো  বেটেলিয়নৰ বাবে মুঠ ৫০০০ নতুন পদ সৃষ্টি কৰা হৈছে।ইতিমধ্যে, ৰাজ্যিক আৰক্ষীৰ  ১১,০০০ পদ খালী হৈ আছে।আৰু এই খালী পদ সমূহত অতি সোনকালে নিযুক্তি দিয়াৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।