Local, Vocal, Global

বিহালীত গ্ৰেপ্তাৰ শিশু সৰবৰাহকাৰী ৰেকেটৰ মুল অভিযুক্ত জোস্না দেউৰী

বিহালীত গ্ৰেপ্তাৰ শিশু সৰবৰাহকাৰী ৰেকেটৰ মুল অভিযুক্ত জোস্না বাইদেউ ৷ ঘটনাৰ নতুন মোৰ জোস্না বাইদেউ ওৰফে জোস্না দেউৰী (২৮) ৰ লগতে ৰেকেটতোৰ আন তিনিজন সদস্য ক্ৰমে আনিছ পাণিকা (২৮) ম: ইৰফান খান (২০) দামোদৰ দেউৰী (৪৮) ক কৰায়ক্ত কৰে বিহালী আৰক্ষীয়ে ৷  কিছুদিন পূ্ৰ্বে সুমন দাস আৰু ইমৰান খান নামৰ দুজন শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছিল ৰেকেটতোৰ তথ্য