Website Design: dastechnologies.in
*গুৱাহাটী মহানগৰীত নতুনকৈ ১৩ টা কন্টেইনমেন্ট জ’ন ঘোষণা।
*পল্টন বজাৰৰ কে চি সেন পথ,টকৌবাৰী,ফটাশিলৰ জি এছ কলনী,শিলপুখুৰী,সাতগাঁও আৰ্মী কেম্প,নেতাজি বিদ্যাপীঠ হাইস্কুল,নুনমাটিৰ চেক্টৰ ৩ ৰ চি আই এছ এফ কেম্প,লালগনেশৰ মংগলদীপ ৰেচিডেন্সী,ৰূপনগৰ, ঘোঁৰামাৰাৰ প্ৰাগজ্যোতিষ হাউচিং কমপ্লেক্সৰ এম ব্লক কন্টেইনমেন্ট জ’ন ঘোষণা।
কামৰূপ(ম )জিলাত মূঠ ৬৭ টা কন্টেইনমেন্ট জ’ন
জিলাখনত সক্ৰিয় কন্টেইনমেন্ট জ’ন ৪৪ টা
২৪ ঘন্টাত দ্ৰুত সংক্ৰমিত কামৰূপ(ম)জিলাত নতুনকৈ ১৫ টা কন্টেইনমেন্ট জ’ন ঘোষণা