Website Design: dastechnologies.in
গহপুৰৰ হেলেমত এটা প্ৰকাণ্ড গঁড়ৰ মুক্ত বিচৰণ। হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা হেলেম চাহ বাগিচাৰ কাষৰ এখন বননিত অৱস্থান কৰিছে গঁড়টোৱে। বানত কাজিৰঙা ডুবি যোৱাৰ ফলত বনাঞ্চল এৰি আহি এই স্থানত অৱস্থান কৰিছে গঁড়টোৱে। গঁড়টো ঘুৰাই পঠিওৱাৰ অহৰহ চেষ্টা কৰিছে যদিও বিফল হৈছে বন বিভাগ।