Local, Vocal, Global

বাতিল নহয় বিহু আৰু স্বদেশ অধ্যয়ণৰ পাঠ্যক্ৰম

নিউজ ডেস্ক, ১৪ ফ্ৰেব্ৰুৱাৰীঃ বিহু আৰু স্বদেশ অধ্যয়ণ পাঠ্যক্ৰম সন্দৰ্ভত শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁইয়ে কয় যে-“বাতিল নহয় বিহু আৰু স্বদেশ অধ্যয়ণ পাঠ্যক্ৰম। বিভিন্ন বিতৰ্ক চলি থকাৰ মাজতেই  সোমবাৰে আছু আৰু শিক্ষা সংসদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে।
              বিহু সন্দৰ্ভত পৰিকল্পিতভাৱে আশ্বাস প্ৰদান কৰে শিক্ষা সংসদে। এই বৈঠকৰ পিছতেই এক সংবাদমেল সম্বোধন কৰি আছুৰ সভাপতি শংকৰ জ্যোতি বৰুৱাই কয় যে, বাতিল নহয় বিহুৰ পাঠ্যক্ৰম।