Local, Vocal, Global

প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ মৃত্যু

প্ৰাক্তন বিহু সম্ৰাজ্ঞী মৌচুমী শইকীয়াৰ মৃত্যু ।
শইকীয়াৰ বিয়োগ বিহু জগতৰ বাবে অপুৰণীয় ক্ষতি ।
প্ৰাক্তন বিহু সম্ৰাজ্ঞী গৰাকীৰ মৃত্যুত বিহু শিল্পী সংস্থাৰ গভীৰ শোক প্ৰকাশ ।
পৰিয়ালবৰ্গলৈ সমবেদনা বিহু শিল্পী সংস্থাৰ ।