পত্নী প্ৰেমেই কাল হ’ল ছাদেক আলীৰ বাবে
নিউজ ডেস্ক,১৯জানুৱাৰী : পত্নী প্ৰেমেই কাল হ’ল ছাদেক আলীৰ বাবে>
নিজকে মহিলা পৰীক্ষাৰ্থী হিচাপে চিনাকি দিছিল ছাদেক আলীয়ে।
পত্নীৰ হৈ টেট পৰীক্ষা দিবলৈ আহিল স্বামী।
দল গাঁৱৰ বল্লভ ভাই পেটেল উঃমাঃ বিদ্যালয়ৰ শিক্ষক ছাদেক আলীক আটক।
তেজপুৰৰ গাৰ্লাছ উঃমাঃ বিদ্যালয়ৰ পৰীক্ষাকেন্দ্ৰত বহিছিল ভুৱা পৰীক্ষাৰ্থীজন।Pijush Hazarika: মন্ত্ৰী পীযূষ হাজৰিকাৰ সংবাদমেল