Website Design: dastechnologies.in
নগাঁৱত পুনৰ ক’ভিড ১৯ পজিটিভ ৰোগীক লৈ আতংক
ভ্ৰমণ ইতিহাস নথকা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ দেহত ধৰা পৰিল কভিড পজিটিভ
নগাঁও হুজ ৰঙাগড়াৰ কিশোৰী গৰাকীক এজন যুৱকে এসপ্তাহৰ পূৰ্বে পলুৱাই নিছিল ৷
পিছত হয়বৰগাঁও আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত যোৱা ১৬ জুনত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে স্বাৱৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল ৷
দেওবাৰে কিশোৰী গৰাকীৰ দেহত কভিড পজিটিভ ধৰা পৰাত আতংকৰ সৃষ্টি হয়।