Local, Vocal, Global

দেশজুৰি হ্ৰাস পাইছে সোনৰ মূল্য

দেশজুৰি  হ্ৰাস পালে সোণৰ দাম। কলকাতাৰ লগতে গুৱাহাটী মহানগৰীতো এতিয়া হ্ৰাস পাইছে সোণৰ মূল্য ।
২২ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ৪,৭২৬ টকা । ৮ গ্ৰামৰ মূল্য ৩৭৮০৮ টকা । ১০ গ্ৰামৰ মূল্য  ৪৪,৩৪০ টকা । ১০০ গ্ৰামৰ মূল্য ৪,১৬,৫০০।

আনহাতে ২৪ কেৰেট সোণৰ ১ গ্ৰামৰ মূল্য ৪,৮২৫ টকা । ৮ গ্ৰামৰ মূল্য ৩৮,৬০০ টকা । ১০ গ্ৰামৰ মূল্য ৪৬,৫৯০ টকা । ১০০ গ্ৰামৰ মূল্য ৪৬,৫,৯০০ টকা
সোণৰ দাম হ্ৰাস পোৱাৰ লগে লগে সন্তুষ্টি প্ৰকাশ কৰিছে মধ্যবিত্ত লোকসকলে।