Local, Vocal, Global

দিল্লীত লকডাউন আৰু এসপ্তাহলৈ বৃদ্ধি

দিল্লীত লকডাউন আৰু এসপ্তাহলৈ বৃদ্ধি

আমি লকডাউনটো আৰু এসপ্তাহৰ বাবে বৃদ্ধি কৰি আছো। কাইলৈৰ পৰিৱৰ্তে, লকডাউন অহা সোমবাৰে, দিল্লীত পুৱা 5 বজালৈ বৃদ্ধি কৰা হয় ‘-      মুখ্যমন্ত্ৰী দিল্লী

লকডাউন দিয়াৰ ফলত সংক্ৰমন হ্ৰাস পোৱা বাবে এই সিদ্ধান্ত