Local, Vocal, Global

ডিগবৈ টিংৰাইৰ বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেলখন চিনাক্ত হৈছে CC TV কেমেৰাত

ডিগবৈ টিংৰাইৰ বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেলখন চিনাক্ত হৈছে CC TV কেমেৰাত ।

তিনিচুকীয়া আৰক্ষীয়ে চিনাক্ত কৰিছে বাইকখন ।

দুই লাখ টকাৰ পুৰস্কাৰ ঘোষনা কৰিছে আৰক্ষীয়ে ।

খৱৰ দিওতাক দিব দুই লাখ টকাৰ পুৰস্কাৰ ।

খৱৰ দিওতাৰ নাম গোপনে ৰাখিব আৰক্ষীয়ে।