Local, Vocal, Global

ডিগবৈ গ্ৰেনেড বিস্ফোৰনস্থলিত উপস্থিত মূখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ডিগবৈ গ্ৰেনেড বিস্ফোৰনস্থলিত উপস্থিত  মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিহত পৰিয়াললৈ ৫ লাখ কৈ সাহায্য প্ৰদান কৰা হব বুলি মুখ্যমন্ত্ৰী মন্তব্য।

যোৱা কালি নিহত হোৱা সুৰজিৎ তালুকদাৰৰ ঘৰত খোমাই যায় মূখ্যমন্ত্ৰী গৰাকী