Local, Vocal, Global

জি এম চি এইছৰ ৩ চিকিৎসক কৰ’নাৰ কবলত, ৰাজ্যত একে দিনাই মৃত্যু ৩ গৰাকীৰ

*গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৩ চিকিৎসক কৰ’নাত আক্ৰান্ত।
* চিকিৎসক কেইজন ক্ৰমে ডা. আদিত্য কৃষ্ণ,ডা. চিৰঞ্জীৱ শৰ্মা আৰু ডা. ৰাকেশ পেটেল।
*নমুনা সংগ্ৰহৰ পাছত তিনিওজন চিকিৎসক আছিল কোৱাৰেণ্টাইনত ।
*মহানগৰীৰ পঞ্চ তাৰকা হোটেল তাজ ভিভান্টাত কোৱাৰেণ্টাইনত আছিল তিনিওজন চিকিৎসক।
*ৰাজ্যত এদিনত ৩ গৰাকিকৈ কৰ’না ৰোগীৰ মৃত্যুৱে সৃষ্টি কৰিছে বিভীষিকাৰ।
*শুকুৰবাৰৰ দিনটোত জি এম চি এইচত মৃত্যু বাক্সাৰ মন্টু ৰামচিয়াৰী,হোজাইৰ আজগৰ ৰহমানৰ। আৰু এছ এম চি এইছত অত মৃত্যু ঘটিছিল মংগলী দাস নামৰ এগৰাকী মহিলাৰ।