Local, Vocal, Global

চিৰাং জিলাৰ বিজনীত নতুন SOP অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ বিজনী আৰক্ষী প্ৰশাসন।

চিৰাং জিলাৰ বিজনীত নতুন SOP অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ বিজনী আৰক্ষী প্ৰশাসন। দিনৰ ১১বজাৰ লগে লগে সকলো অনুষ্ঠান, প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ কৰিলে যদিও ১২ বজাৰ পিছত ৰাজপথত ওলাই আহিল একাংশ উদন্ধ যুৱক। যিহেতু ৰাজ্য চৰকাৰে আজিৰে পৰা জাৰি কৰিছে নতুন SOP, আৰু নতুন SOP অমান্য কৰাৰ বাবে আৰক্ষী এই সকলক বিহিলে শাস্তি।