গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ২নং তামুলী গাওঁত বিদ্যুৎ বিভাগৰ আজৱ কান্ড।
কৃষ্ণাখী বৰা, গোলাঘাট
সৰুপথাৰ বিদ্যুৎ বিভাগে প্ৰায় ১০,১২ ঘৰ মানুহৰ ঘৰৰ বাবে এটা বিদ্যুৎতৰ খুটা দিয়ে তেওঁ লোকৰ দায়িত্ব সামৰিলে চিন্তিত সাধাৰণ ৰাইজ। বিদ্যুৎ খুটাৰ পৰা প্ৰায় ৪,৫খ মিটাৰ তেওঁ লোকে বিপদ সংকল ভাবে কেব্বুলে তানি বিদ্যুৎ সংযোগ কৰিব লগিয়া হৈছে।
বহু দিনৰ পৰা তেওঁ লোকে দাবি জনায় আহিছে যদিও বৰ্তমানলৈকে একো সুবিধা কৰি দিয়া নাই। সংবাদ মাধ্যমৰ যোগেদি বিদ্যুৎ বিভাগক অতি সোনকালে কেইটামান বিদ্যুৎতৰ খুটা দিবৰ বাবে দাবী জনায়।