Local, Vocal, Global

গুৱাহাটীৰ কাহিলীপাৰাত অঘটন

গুৱাহাটীৰ কাহিলীপাৰাত অঘটন

ভূমিস্খলনৰ ফলত এটা পৰিয়ালৰ বিস্তৰ ক্ষতি

পাৱাৰ হাউছৰ প্ৰকাণ্ড দেৱাল খহি পৰিল এঘৰত

বিধ্বস্ত হৈ পৰা বাসগৃহটোত এটি শিশুসহ ৩গৰাকী আঘাতপ্ৰাপ্ত

আঘাতপ্ৰাপ্ত ঊষা কলিতা আৰু গোলাপী বৰাক হায়াট হাস্পতালত ভৰ্তি

এইপৰ্যন্ত বাসগৃহটোত আৱদ্ধ হৈ আছে ভৰত কলিতা নামৰ এগৰাকী লোক

ঘটনাস্থলীত আৰক্ষী-SDRF বাহিনীৰ উপস্থিতিত উদ্ধাৰ অভিযান অব্যাহত