কৰ্ণাটকত কংগ্ৰেছৰ অপ্ৰতিৰোধ্য যাত্ৰা
নিউজ ডেক্স:বিজেপিক চেৰাই কংগ্ৰেছে লাভ কৰিলে একক সংখ্যা গৰিষ্ঠতা,কৰ্ণাটকৰ এক স্থানীয় নিকায় আৰু পৌৰ পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় অৱস্থাৰ মাজতে কৰ্ণাটকত অপ্ৰতিৰোধ্য যাত্ৰা।১,১৮৪ খন আসনৰ ভিতৰত ৪৯৮ খন আসন লাভ কৰিছে কংগ্ৰেছে।বিজেপিয়ে লাভ কৰিছে ৪৩৭ খন আসন।কংগ্ৰেছে লাভ কৰিছে ৪২.০৬শতাংশ ভোট।আৰু বিজেপিয়ে লাভ কৰিছে ৩৬ শতাংশ ভোট।কৰ্ণাটক ত এতিয়া এই বিজয়ক লৈ উল্লাস হৈ পৰিছে কংগ্ৰেছ নেতা কৰ্মী সকল।