কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ মাজতে এক সুখবৰ।জি এম চি এইচত কৰ’নাৰ বিৰুদ্ধে যুঁজত জয়ী হ’ল এগৰাকী ৯৩ বছৰীয়া বৃদ্ধা।বৃহস্পতিবাৰে সুস্থ হৈ উঠা জীবিনী দেৱী বেইদ নামৰ বৃদ্ধাগৰাকীক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হয়।GMCH-ত চিকিৎসাধীন হৈ আছিল বৃদ্ধা গৰাকী৷

© 2021 My News NE. All Rights Reserved.