কভিড-১৯ পজিতিভ, ৰাজ্যত ৪ হাজাৰৰ দিশে
![](https://mynewsne.com/wp-content/uploads/2020/06/IMG-20200614-WA0000.jpg)
৩,৯০০ গৰাকীলৈ বৃদ্ধি ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা
শণিবাৰৰ দিনটোত ৰাজ্যত মুঠ আক্ৰান্ত ২০৭ গৰাকী
দিনটোত আৰোগ্য ২২১ গৰাকীসহ এইপৰ্যন্ত ৰিলিজ ১,৮০৫ গৰাকীক,সক্ৰিয় ৰোগীৰ সংখ্যা ২,০৮৫
ৰাজ্যত এই পৰ্যন্ত ৯ গৰাকীৰ মৃত্যু