এনৰিক নৰজিয়ে ভংগ কৰিলে আই পি এলৰ দ্ৰুততম বলৰ অভিলেখ

- এনৰিক নৰজিয়ে ভংগ কৰিলে আই পি এলৰ দ্ৰুততম বলৰ অভিলেখ
- বুধবাৰে আই পি এলৰ এখন মেচত দ্ৰুততম বলাৰ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম এনৰিক নৰ্কিয়া
- ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে প্ৰতি ঘন্টাত ১৫৬.২২ কিলোমিটাৰ বল কৰি ৮বছৰৰ পূৰ্বৰ অভিলেখ ভংগ কৰে
- ইয়াৰ পূৰ্বে ডেল ষ্টেইনে ভংগ কৰিছিল এই অভিলেখ