Local, Vocal, Global

ঋতুপৰ্ণ হত্যাকাণ্ডৰ চি আই ডি তদন্ত আৰম্ভ, ঘটনাস্থলিত চি আই ডি ৰ দল

*নুনমাটিৰ ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব ল’লে চি আই ডিয়ে।
*ডি এছ পি দিলীপ ভৰালীক তদন্তৰ দায়িত্ব।
*আটকাধীন ৫ অভিযুক্তক নিজৰ জিম্মাত ল’ব চি আই ডিয়ে।
*ঘটনাস্থলী পৰিদৰ্শন কৰিছে তদন্তকাৰী দলে।
*এই কথা জনালে চি আই ডিৰ অতিৰিক্ত সঞ্চালক প্ৰধান এল আৰ বিষ্ণয়ে।
*উৰাবাতৰিত ভোল নগৈ কিবা তথ্য থাকিলে চি আই ডিক জনোৱাৰ আহ্বান ৰাইজক।