আজিৰ পৰা আৰম্ভ হব সংসদৰ বাজেট অধিবেশন
নিউজ ডেস্ক, ৩১ জানুৱাৰী:আজিৰে পৰা আৰম্ভ হব সংসদৰ বাজেট অধিবেশন।বাজেট অধিবেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভা আৰু লোক সভা দুয়োখন সদনত ভাষণ প্ৰদান কৰিব।ৰাষ্ট্ৰপতি ভাষনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব।বাজেট অধিবেশনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ সাজু হৈছে বিৰোধী দল।