Local, Vocal, Global

অসম আৰক্ষীৰ তৰফৰ পৰা দুই লাখ টকাৰ বিশেষ পুৰস্কাৰ

নিউজ ডেস্ক, ২ ফ্ৰেব্ৰুৱাৰীঃ গড়ৰ চোৰাং চিকাৰত জড়িত পলাতক অপৰাধীকেইজনক কৰায়ত্ব কৰিবলৈ বিচাৰি থকা হৈছে। সঠিক খবৰ দিওতা জনক প্ৰতিজন গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাখ টকাৰ পুৰস্কাৰ। যুৱককেইজনৰ সৱিশেষ তলত বৰ্ণনা কৰা হ’ল-১) আছমত আলী ওৰফে নালকো
বয়স-৩৫ বছৰ পিতা-মহম্মদ আজিবোৰ ৰহমান
গাঁও-মিলনপুৰ(১নং আদাভেটি)
থানা-চটিয়া
জিলা-বিশ্বনাথ,অসম
২) আটাউৰ ৰহমান ওৰফে বাছা
বয়স-৩৫ বছৰ
পিতা- মহম্মদ ইফাৰ আলি
গাঁও-১ নং আদাভেটি
থানা-চটিয়া
জিলা-বিশ্বনাথ, অসম
৩) আব্দুল মটিন ওৰফে কালা
বয়স -৩৬ বছৰ
পিতা-মহম্মদ ইছমাইল আলি
গাঁও-১নং আদাভেটি
থানা-চটিয়া
জিলা-বিশ্বনাথ,অসম