Local, Vocal, Global

অভয়াপুৰীৰ বৰজানাত ভয়াবহ অগ্নিকাণ্ড

অভয়াপুৰীৰ বৰজানাত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত জাহ যায় চাৰিটাকৈ বাসগৃহ। লক্ষাধিক টকাৰ ক্ষয় ক্ষতিৰ সম্ভাৱনা। বাসগৃহ কেইটা বাবৰ আলী, ছাহান উদ্দিন, সুজল আলী আৰু শুকুৰ আলী নামৰ চাৰিজন লোকৰ। ৰন্ধন গেছৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱা বুলি প্ৰকাশ। স্থানীয় ৰাইজে নিৰ্বাপন কৰে জুই।