Local, Vocal, Global

WATCH | Zubeen Garg : ‘সাধাৰণ মানুহৰ ক্ষতি হোৱা যুদ্ধ মই নিবিচাৰো’

নিউজ ডেস্ক,১০মে’ : ‘জবাবত জবাব দিব লাগে’

‘সাধাৰণ মানুহৰ ক্ষতি হোৱা যুদ্ধ মই নিবিচাৰো’

‘তেওঁলোকে নিজেই লাগি লৈছে আমিতো তেওঁলোকক এৰি নিদিও’

সমগ্ৰ দেশবাসীক একগোট হৈ থাকিবলৈ আহ্বান হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱত পেহেলগামৰ ঘটনাৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী জুবিন গাৰ্গৰ(Zubeen Garg)

লখিমপুৰৰ বিহু মঞ্চৰ পৰাই পাকিস্তানক সকীয়নি হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ

লগতে পঢ়ক : WATCH | Narendra Modi chairs a high level meeting : নতুন দিল্লীত সেনা প্ৰধানৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ