WATCH | Zubeen Garg : ‘ৰঙালী’ অনুষ্ঠানত দৰ্শকৰ সৈতে বাউন্সাৰৰ অভদ্ৰামি
নিউজ ডেস্ক,৫এপ্ৰিল : ‘ৰঙালী’ অনুষ্ঠানত দৰ্শকৰ সৈতে বাউন্সাৰৰ অভদ্ৰামি।
‘জুবিন কেতিয়া আহিব’ বুলি সোধাৰ বাবেই বাউন্সাৰৰ দাদাগিৰি যুৱকৰ সৈতে(Zubeen Garg)।
যুৱকজনৰ কথাত ক্ষুন্ন হৈ বাউনঞ্চাৰে গুণ্ডাগিৰি কৰাৰ অভিযোগ।
লগতে পঢ়ক : WATCH | Nagaon News : নগাঁও জিলা কলংপাৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাংগনত শ্ৰী শ্ৰী মা বাসন্তী দুৰ্গা পূজা উদযাপন