Youth Thrown Off Khanapara Flyover : পুনৰ মহানগৰীত চাঞ্চল্যক ঘটনা
নিউজ ডেস্ক, ৫ ডিচেম্বৰ : পুনৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যক ঘটনাৰ । উৰণসেতুৰ পৰা পেলাই দিলে যুৱকক (Youth Thrown Off Khanapara Flyover; survives)।
খানাপাৰাত সংঘটিত হৈছে এই ঘটনটো । খানাপাৰা উৰণসেতুৰ ওপৰৰ পৰা এজন যুৱকক পেলাই দিলে(Youth Thrown Off Khanapara Flyover) ।
জানিব পৰা মতে উৰণসেতুৰ পৰা পেলাই দিয়া যুৱকজন ট্ৰাক চালক গুৰচফি আলি বুলি চিনাক্ত কৰা হৈছে ।
উৰণসেতুৰ পৰা পেলাই দিয়াৰ ফলত যুৱকজন আঘাত প্ৰাপ্ত হৈছে আৰু যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ আছে।
এই ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী ।
বৰ্তমানলৈ জানিবলৈ পৰা হোৱা কোনে আৰু কিয় পেলাই দিলে যুৱকজনক । ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ।
লগতে পঢ়ক :
লগতে পঢ়ক : Man Elephant conflict : নগাঁৱৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ