Youth missing in Rangia :ৰঙিয়াত নিৰুদ্দেশ গোৰেশ্বৰৰ ভীম দাস
ৰঙিয়া,২২জানুৱাৰী : ৰঙিয়াত নিৰুদ্দেশৰ ঘটনা। শুকুৰবাৰৰ পৰা ৰঙিয়াত নিৰুদ্দেশ গোৰেশ্বৰৰ ভীম দাস নামৰ যুৱকজন।
জানিব পৰা মতে,নিৰুদ্দেশ ভীম দাস গোৰেশ্বৰৰ পৰা ৰঙিয়াত আহি পেহীয়েকৰ ল’ৰাৰ লগত থাকি এখন দোকানত কাম কৰি আছিল।কিন্তু শুক্ৰবাৰৰ পৰা হঠাৎ ৰহস্যজনক ভাৱে নিৰুদ্দেশ হয় ভীম দাস(Youth missing in Rangia)।
এতিয়া পৰিয়ালৰ লোকে সহায় বিচাৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাইজৰ।কোনো সদাশয় লোকে যদি সন্ধানহীন যুৱকজনৰ সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ লোকক জনাবলৈ আহ্বান জনাই।
লগতে পঢ়ক :Drugs seized : মাজৰচৰতজব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ;গ্ৰেপ্তাৰ সৰবৰাহকাৰী