Youth injured after being hit by a train : চাপৰত অঘটন; ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত যুৱক
চাপৰ,১২অক্টোবৰ : পূজাৰ আনন্দ উল্লাহৰ মাজতে চাপৰত অঘটন ।
চাপৰত ৰেলৰ খুন্দাত গুৰুতৰভাৱে আহত এজন যুৱক।আহত যুৱকজন সংকটজনক অৱস্থাত ৰেল লাইনত পৰি থাকে(Youth injured after being hit by a train)।
জানিব পৰা মতে, নামনিমুৱা মালবাহী ৰেলে খুন্দিয়াই যুৱকজনক।আহত যুৱকজন চাপৰৰ বাৰুণীতাৰা গাঁৱৰ কেশৱ বুলি জানিব পৰা গৈছে ।
যুৱকজনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰি জৰুৰীকালীন সেৱাৰ জৰিয়তে বঙাইগাঁও লৈ প্ৰেৰণ কৰে(Youth injured after being hit by a train in Chapar)।
লগতে পঢ়ক : Road Accident in Jorhat : যোৰহাটৰ চাৰিলেণ্ডযুক্ত পথৰ দ’ খাৱৈত সোমাল বাহন