Local, Vocal, Global

WATCH | Youth goes missing: বিগত ১৪ দিন ধৰি সন্ধানহীন টীয়কৰ অমৰ বড়া

টীয়ক,২জুন : টীয়কৰ পৰা নিৰুদ্দেশ যুৱক ।

বিগত ১৪ দিন ধৰি সন্ধান পোৱা নাই যুৱকজনৰ ।

১৯মে’ তাৰিখেই ঘৰৰ পৰা ওলাই গৈছিল ২৩ বছৰীয়া অমৰ বড়া(Youth goes missing)।

ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই যুৱকজনৰ ।

টীয়ক বলমা নহাট টিপমীয়া গাঁৱৰ যুৱৰ জনৰ কোনো লোকে সন্ধান পালে ৬০০২৪৬১৮০৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ।

লগতে পঢ়ক : WATCH | Cattle Smuggling : সোণাৰি আৰক্ষীৰ জালত বৃহৎ গৰু চোৰ চক্ৰ