WATCH | Youth goes missing: সাপটগ্ৰামৰ আটিয়েমাৰীৰ পৰা নিৰুদ্দেশ যুৱক
গোসাইগাঁও,১মাৰ্চ : সাপটগ্ৰামৰ আটিয়েমাৰীৰ পৰা নিৰুদ্দেশ যুৱক ।
বিলাসীপাৰা তাৰংমুখ গাঁওৰ নওশাত আলীৰ পুত্র সহিদুল ইছলাম বিগত ২৮ ফ্ৰেৱাবাৰী পৰা নিৰুদ্দেশ হৈ আছে ।
জানিব পৰা মতে, শুকুৰবাৰে বিয়লী ৪ বজাত সাপটগ্ৰামৰ আটিয়েমাৰী গাওঁৰ এটা কবিৰাজৰ ঘৰ লৈ যায় আৰু কবিৰাজৰ ঘৰৰ পৰা ৰাতি ৯ বজাত নিৰুদ্দেশ হয় চহিদুল ইছলাম ।
নিৰুদ্দেশ হোৱা চহিদুল লে আজি বহুদিন ধৰি শহুৰৰ ঘৰত থাকি কাম কাজ কৰি খাই আছে(Youth goes missing)।
পৰিয়ালৰ অভিযোগ মতে নিৰুদ্দেশ হোৱা চহিদুল আজি বহু দিনৰ পৰা ৰোগত ভুগি আছিল ।
জানিব পৰা মতে মানসিকভাৱে ভাৰসাম্য নিৰুদ্দেশ হোৱা যুৱকজন |
যদি কোনোবাই এই অসহায় ভাৰসাম্য হেৰুৱা ব্যক্তি জনক দেখা পাই তেন্তে 8399850320 নাইবা 9864789031 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে ।
লগতে পঢ়ক :WATCH | Road Accident : বৰপেটাৰোডৰ মিছনৰোডত মাজ নিশা ভয়ংকৰ পথ দুৰ্ঘটনা