Local, Vocal, Global

Youth Found Dead Under Mysterious Circumstances In Guwahati: অৱশেষত চিনাক্ত হ’ল গুৱাহাটীৰ ভঙাগড়ত উদ্ধাৰ হোৱা মৃতদেহটো

নিউজ ডেস্ক,২১ডিচেম্বৰ : অৱশেষত চিনাক্ত হ’ল গুৱাহাটীৰ ভঙাগড়ত উদ্ধাৰ হোৱা মৃতদেহটো।

উদ্ধাৰ হোৱা মৃতদেহটো লখিমপুৰৰ মৈদমীয়াৰ মৰম ময়ূৰ দত্ত(Youth Found Dead Under Mysterious Circumstances In Guwahati)।

২০দিন পূৰ্বে কাম বিচাৰি আহিছিল গুৱাহাটীলৈ।

ৰাজগড়ত বন্ধুৰ সৈতে ভাড়াতীয়া হিচাপে বন্ধুৰ সৈতে আছিল যুৱকজন।

আৰক্ষীৰ প্ৰাথমিক তদন্তত যুৱকজনক হত্যাৰ সন্দেহ।

লগতে পঢ়ক:Sonapur News : ইছলামধৰ্মী দম্পতিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰি বড়ো উপাধি লৈ বিপদত পৰিছে