Watch | Young woman missing in Sonitpur: শোণিতপুৰৰ ৰঙাপৰাত এগৰাকী যুৱতী নিৰূদ্দেশ

জামুগুৰিহাট: শোণিতপুৰৰ ৰঙাপৰাৰ পৰা এগৰাকী যুৱতী নিৰূদ্দেশ হোৱা ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰঙাপৰাৰ ৮ নং ৱাৰ্ডৰ পৰা সন্ধানহীন হৈ আছে আনোৱাৰা খাটুন নামৰ এগৰাকী যুৱতী। যোৱা ৬ জুলাইৰ সন্ধিয়া যুৱতী গৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে ইতিমধ্যে যুৱতী গৰাকীৰ নিৰূদ্দেশ সন্দৰ্ভত ৰঙাপৰা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
লগতে পঢ়ক: Watch | Rakibul hussain : চাপৰৰ উচ্ছেদিতৰ কাষত উপস্থিত ৰকিবুল হুছেইনৰ