Local, Vocal, Global

Young woman missing from kaziranga : ১৯ এপ্ৰিলৰ পৰা সন্ধানহীন কাজিৰঙাৰ ৰেণু কলিতা

নিউজ ডেস্ক,২২এপ্ৰিল : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(Young woman missing from kaziranga)।

এইবাৰ কাজিৰঙাৰ পৰা নিৰুদ্দেশ যুৱতী । বিগত চাৰিদিনৰ পৰা নিৰুদ্দেশ কাজিৰঙাৰ গেলেকীৰ যুৱতী ।

জানিব পৰা মতে, ১৯ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে ৰেণু কলিতা। ঘটনা সন্দৰ্ভত পৰিয়ালকৰ লোকে এজাহাৰ দাখিল কৰিছে কঁহৰা আৰক্ষী চকীত ।

লগতে পঢ়ক : Hike in potato prices : নিৰ্বাচনী ধামখুমীয়াৰ মাজতে পুনৰ দাম বৃদ্ধিৰ মাধমা