WATCH | Yaba Tablet Seized : মানকাচৰত জব্দ ২ কোটি টকাৰ ইয়াবা টেবলেট
হাটশিঙিমাৰী,২৩মাৰ্চ : মানকাচৰৰ শটিমাৰীৰ দ্বিতীয় খণ্ডত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
আৰক্ষীৰ অভিযানত জব্দ ২ কোটি টকাৰ ইয়াবা টেবলেট জব্দ ।
নিশা মানকাচৰৰ শটিমাৰীৰ দ্বিতীয় খণ্ড গাঁওৰ ভাৰত বাংলাদেশ সীমান্তৰ শাকাউত হুছেইন আৰু ছানোৱাৰ হুছেইনৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ৮ হেজাৰ ইয়াবা টেবলেট(Yaba Tablet Seized)।
আৰক্ষীয়ে জব্দ কৰা ইয়াবা টেবলেটৰ বজাৰ মূল্য ২ কোটি টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ।
লগতে পঢ়ক : WATCH | Duliajan News : দুলীয়াজানত ড্ৰাগছ, নগদ ধনসহ এখন বাহন জব্দ দুলীয়াজান আৰক্ষীৰ