WATCH | World No Tobacco Day 2025: আজি বিশ্ব ধঁপাত বিৰোধী দিৱস
নিউজ ডেস্ক,৩১মে’ : আজি ৩১ মে’, বিশ্ব ধঁপাত বিৰোধী দিৱস। প্ৰতি বছৰে ৩১ মে’ৰ দিনতো পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস । পাত সেৱনৰ লগত জড়িত স্বাস্থ্যজনিত বিপদ সন্দৰ্ভত সজাগতা সৃষ্টিৰ লগতে ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে সুদৃঢ় নীতিৰ পোষকতা কৰিয়ে প্ৰতি বছৰে ৩১ মে’ত পালন কৰা হয় ‘ বিশ্ব ধঁপাত বিৰোধী দিৱস'(World No Tobacco Day 2025)।
এইবাৰৰ ‘ বিশ্ব ধঁপাত বিৰোধী দিৱস ‘ ৰ শ্লোগান হৈছে – “Unmasking the Appeal: Exposing Industry Tactics on Tobacco and Nicotine Products”. ১৯৮৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই এক প্ৰস্তাৱ গ্ৰহণ কৰি প্ৰতি বছৰে ৩১ মে’ৰ দিনটো ‘বিশ্ব ধঁপাত বিৰোধী দিৱস’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৷
বিশ্ব ধঁপাত বিৰোধী দিৱসত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ৰাইজৰ প্ৰতি বিশেষ আহ্বান।