WATCH | World Hypertension Day : বিশ্বনাথত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন
বিশ্বনাথ,১৭মে’ : আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। বিশ্বনাথত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন ।
বিশ্বনাথ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত বিশ্ব উচ্চ ৰক্তচাপ দিৱস উদযাপন কৰা হয়(World Hypertension Day)৷ স্বাস্থ্য বিভাগৰ সভা কক্ষত উচ্চ ৰক্তচাপ দিৱস উপলক্ষে স্বাস্থ্য বিভাগৰ লোক আৰু আশা কৰ্মী সকলৰ মাজত এখনি সজাগতা সভা অনুষ্ঠিত কৰাৰ পিচতে সময়ত স্বাস্থ্য বিভাগৰ লোক সকলে উচ্চ ৰক্তচাপ দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা ৰেলী উলিয়াই ৷
বিশ্বনাথ অসমাৰিক চিকিৎসালয়ৰ পৰা বিশ্বনাথ চাৰিআলি নগৰ হৈ পুনৰ অসামৰিক চিকিৎসালয়ত প্ৰৱেশ কৰে ৷
লগতে পঢ়ক : WATCH | Tragic incident : নদীত পৰি শিশুৰ সলিল সমাধি