Local, Vocal, Global

WATCH | World Hypertension Day: আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস

সোণাৰি,১৭মে’ : আজি বিশ্ব উচ্চ ৰক্তচাপ দিৱস। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে সোণাৰিত বিশ্ব উচ্চ ৰক্তচাপ দিৱস পালন। উলিওৱা হয় সজাগতা শোভাযাত্ৰা(World Hypertension Day)।

চৰাইদেউ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা যোগ সমিতিৰ সহযোগত আয়োজন কৰা এই শোভাযাত্ৰাৰ যোগেদি সমাজত দ্ৰুতগতিত বৃদ্ধি পাব ধৰা উচ্চ ৰক্তচাপ ৰোগৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়।

লগতে পঢ়ক : WATCH | Jamugurihat News: চকীঘাট দলঙৰ বৈদ্যুতিক তাঁৰ চুৰি কৰি হাতে লোটে গ্ৰেপ্তাৰ গভাইত চোৰ