WATCH | World Environment Day : চতিয়াৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস

চতিয়া,৫জুন : আজি বিশ্ব পৰিবেশ দিৱস । আজি সমগ্ৰ দেশৰ লগতে চতিয়াৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।
এয়া চতিয়াৰ ৰয়েল পাব্লিক স্কুলৰ দৃশ্য(World Environment Day)। এইদৰে বিদ্যালয়খনৰ ছাত্ৰছাত্ৰী আৰু শিক্ষক সকলে আজি উলহ মালহেৰে উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।
গ্ৰীণ চতিয়া ক্লীন চতিয়া গ্ৰহৰা বিদ্যালয় খনৰ শিক্ষক সকলৰ।
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰৰ কচুতলীত মাটিৰ দালালক আটক