Local, Vocal, Global

WATCH | World Environment Day : ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উদযাপন

ডিব্ৰুগড়,৫জুন : আজি বিশ্ব পৰিবেশ দিৱস। ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু মোহনাঘাট প্রগতি সংঘৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উদযাপন(World Environment Day)।

দক্ষিণ আমোলাপট্টি মোহনাঘাটত পালন কৰা লগতে আমোলাপট্টিৰ এম ই স্কুলৰ ছাত্ৰ ছাত্ৰী সকলে দুখনকৈ বাটৰ নাট পৰিবেশন কৰে।

লগতে পঢ়ক : WATCH | Sensational incident : মানকাচৰত বোৱাৰীৰ ৰহস্যজনক মৃত্য়ু