Local, Vocal, Global

World Earth Hour Day today : আজি বিশ্বজুৰি উদযাপন কৰা হ’ব ধৰিত্ৰী ঘণ্টা

নিউজ, ২৩মাৰ্চ : আজি বিশ্বজুৰি উদযাপন কৰা হ’ব ধৰিত্ৰী ঘণ্টা । নিশা ৮:৩০ বজাৰ পৰা ৯:৩০ বজালৈ নুমুৱাই ৰাখিব লাগিব অপ্ৰয়োজনীয় বাল্ব । ধৰিত্ৰী ঘন্টা পালনৰ আহ্বান APDCLৰ ।

ধৰিত্ৰী ঘণ্টা হৈছে আমাৰ গ্ৰহটোৰ সমৰ্থন আৰু উদযাপনত ‘পৃথিৱীৰ বাবে সৰ্বশ্ৰেষ্ঠ সময়’ৰ সৈতে ইয়াৰ ১৮ সংখ্যক সংস্কৰণৰ বাবে উভতি অহা এক মুখ্য বাৰ্ষিক অনুষ্ঠান(World Earth Hour Day today ) ।

আজি সমগ্ৰ বিশ্বৰ জনসাধাৰণক এই ঘণ্টাটোত অপ্ৰয়োজনীয় লাইট আৰু বৈদ্যুতিক সঁজুলি বন্ধ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

অসমতো উদযাপন কৰা হ’ব ধৰিত্ৰী ঘণ্টা । ইতিমধ্যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে এই উদ্দেশ্যে ৰাইজলৈ গোহাৰি জনাইছে । অসম চৰকাৰেও এপিডিচিএলৰ গোহাৰিৰ প্ৰতি সঁহাৰি জনাই সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা জনসাধাৰণক ধৰিত্ৰী ঘণ্টা উদযাপনৰ আহ্বান জনাইছে(World Earth Hour Day today ) ।

লগতে পঢ়ক : Bihar Dy CM Sinha announces compensation for victims of under-construction bridge collapse : ভাঙি পৰিল কোশী নৈৰ নিৰ্মীয়মাণ দলঙৰ শ্লেৱ;ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণ ঘোষণা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী