WATCH | Women missing in Hajo: হাজোৰ একাদিত নিৰুদ্দেশ বোৱাৰী

হাজো,২৩মে’ : হাজোৰ একাদিত এগৰাকী বোৱাৰী নিৰুদ্দেশ। ঘৰৰ পৰাই নিৰুদ্দেশ দুটা সন্তানৰ মাতৃ জ্যোৎস্না বেগম।।
পুনৰ ৰাজ্যেত বোৱাৰী নিৰুদ্দেশ ঘটনা। হাজোৰ একাদিৰ নিজ গৃহৰ পৰা ৰহস্য জনক ভাবে নিৰুদ্দেশ হয় এগৰাকী বোৱাৰী। জ্যোৎস্না বেগম নামৰ মহিলা গৰাকী ৰহস্য জনক ভাৱে ঘৰৰ পৰা নিৰুদ্দেশ হয়(Women missing in Hajo)।
স্বামী নথকাৰ সময়ত ঘৰৰ পৰা বোৱাৰী গৰাকীয়ে নগদ ধন লৈ ঘৰৰ পৰা নিৰুদ্দেশ হয়। বিগত তিনি দিন ধৰি বোৱাৰী গৰাকীক যোগযোগ কৰি আছে যদিও মোবাইল বন্ধ হৈ আছে। দুৰ্ভগীয়া স্বামীয়ে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। যদিও কোনো লোকে সম্ভেদ পায় তেন্তে 6001268541 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।
লগতে পঢ়ক : WATCH | Dergaon News : দেৰগাঁও ৰঙামাটিত উত্তপ্ত পৰিস্থিতি