Local, Vocal, Global

Women missing : মাতৃক বিচাৰি হাহাকাৰ পুত্ৰৰ

নলবাৰী,২৭জুলাই : মাতৃক বিচাৰি হাহাকাৰ পুত্ৰৰ। হাজো সমষ্টিৰ অন্তৰ্গত হাবলাখোৱালৈ মাতৃক বিচাৰি আহিল পুত্ৰ-কন্যা !

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ শান্তিপুৰ মছজিদ গলীৰ পৰা সন্ধানহীন হয় এগৰাকী মহিলা । সন্ধানহীন মহিলা গৰাকী জুলুমুণ খাতুন বুলি জানিব পৰা গৈছে । গুৱাহাটী মহানগৰীৰ শান্তিপুৰ মছজিদ গলিৰ পৰা ভূতনাথ বজাৰলৈ গৈছিল সন্ধানহীন জুলুমুন খাতুন নামৰ মহিলাগৰাকী। তাৰ পিছৰে পৰা সন্ধানহীন হয় মহিলগৰাকী(Women missing) ।

কোনো সদশয় ব্যক্তিয়ে যদি সন্ধানহীন মহিলা গৰাকী সন্ধান পায় তেন্তে এই নম্বৰ 8099229332/8761939548 যোগাযোগ কৰিবলৈ আহ্বান জনাই ।

লগতে পঢ়ক : Two inmates get injured in attack in Tihar jail : তিহাৰ জে’লত কয়দীক আক্ৰমণ কয়দীৰ