Women Goes Missing in Guwahati : মহানগৰীৰ জ্যোতিনগৰৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা

নিউজ ডেস্ক,১৩আগষ্ট : পুনৰ মহানগৰীত নিৰুদ্দেশৰ ঘটনা । এইবাৰ মহানগৰীৰ জ্যোতিনগৰৰ পৰা নিৰুদ্দেশ এগৰাকী মহিলা ।
নিৰুদ্দেশ হোৱা মহিলা গৰাকী প্ৰজ্বলিকা পাটোৱাৰী বুলি জানিব পৰা গৈছে(Women Goes Missing in Guwahati)
জানিব পৰা মতে, সোমবাৰে সন্ধিয়া নিৰুদ্দেশ প্ৰজ্বলিকা পাটোৱাৰী খোজ কাঢ়িবলৈ গৈছিল আৰু তেতিয়াৰে পৰা আৰু ঘৰলৈ উভতি অহা নাই ।
কোনো লোকে যদি সন্ধানহীন প্রজ্বলিকা পাটোৱাৰীৰ সন্ধান পাই তেন্তে সন্ধান দিওঁতালৈ ১ লাখ টকা ঘোষণা পৰিয়ালৰ৷
লগতে পঢ়ক :New Born Baby Rescued in Jorhat : যোৰহাটৰ DCB কলেজৰ ছাত্ৰী হোষ্টেলৰ কাষত উদ্ধাৰ নৱজাতক