WATCH | Woman goes missing in Dergaon : দেৰগাঁৱৰ নেঘেৰিটিংৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী
দেৰগাঁও,১৫জুন : দেৰগাঁও নেঘেৰিটিংৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী।
৯ জুনৰ পৰা নিৰুদ্দেশ হৈ আছে দেৰগাঁও নেঘেৰিটিং কৈল্যান নগৰৰ যুৱতী ৱাহিদা বেগম নামৰ যুৱতীগৰাকী । পৰিয়ালৰ লোকে বিচাৰ সোচৰ কৰিছে যদিও যুৱতী গৰাকীৰ কোনো সন্ধান উলিয়াব পৰা নাই । যুৱতী গৰাকীৰ বয়স ২৮ বছৰ(Woman goes missing in Dergaon)।
বৰ্তমান দেৰগাঁও আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও কোনো শুং সূত্ৰ লাভ কৰিব পৰা নাই ।
কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সন্ধান পালে 8876641634 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই।
লগতে পঢ়ক : WATCH | Dergaon News :দেৰগাঁৱত শোকাৱহ ঘটনা