Local, Vocal, Global

WATCH | Woman goes missing : পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা

বঙাইগাঁও,১৯এপ্ৰিল : পুনৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনা।

বাসুগাঁৱৰ বোৱাৰী নিৰুদ্দেশৰ ঘটনাই । নিৰুদ্দেশ বোৱাৰীগৰাকীৰ নাম বসোন্তী দাস বুলি জানিব পৰা গৈছে ।

বাসুগাঁও স্বামীৰ ঘৰৰ পৰা নিউ বঙাইগাঁও পিতৃৰ ঘৰলৈ আহোতে ৰাস্তাৰ পৰা নিৰুদ্দেশ হয় বোৱাৰীগৰাকী(Woman goes missing)।

কোনো সদাশয় ব্যক্তিয়ে বসোন্তীৰ সন্ধান পালে 8011756943 , 69008 89745 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকক আহ্বান জনাই।

লগতে পঢ়ক : WATCH | North Guwahati News : ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ