Woman commits suicide in Mankachar : মানকাচৰত চীপ লৈ আত্মহত্যা এগৰাকী বৰ্ষীয়ান মহিলাৰ
মানকাচৰ,২২ এপ্ৰিল : আত্মহত্যা জানো শেষ উপায় । প্ৰায় প্ৰতিদিনেই আমি আত্মহত্যাৰ খবৰৰ শুনিবলৈ পাঁও। কোনোবাই যদি পঢ়াৰ চাপ, কোনোবাই প্ৰেমজনিত কাৰণ বা অন্য কাৰণত পৰি এই চৰম পন্থা বাছি লোৱা দেখা যায়(Woman commits suicide in Mankachar)।
এইবাৰ মানকাচৰত চীপ লৈ আত্মহত্যা এগৰাকী বৰ্ষীয়ান মহিলাৰ । নিজ ঘৰৰ পিছফালে চীপ লৈ আত্মহত্যা মহিলা গৰাকীৰ । মানকাচৰ জিলাৰ বেঙেৰ ভিটা গাঁৱত আত্মহত্যা উজালা বিবি নামৰ ৬৮ বছৰীয়া মহিলাগৰাকীৰ
ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো ধুবুৰীলৈ প্ৰেৰণ কৰা হৈছে(Woman commits suicide in Mankachar) ।
ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্য ।
লগতে পঢ়ক :Farmer in debt commits suicide : ঋণৰ বাবে আত্মহত্যা কৃষকৰ