Local, Vocal, Global

Woman Assaulted and Abducted: মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ঙ্কৰ ঘটনা

মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ভয়ঙ্কৰ ঘটনা ।

ৰাজপথৰ পৰাই টানি চোঁচৰাই যুৱতীক অপহৰণ চেষ্টা দুৰ্বিত্তৰ।

যুৱক আৰু মহিলাৰ দলে সংঘটিত কৰে এই ঘটনা ।

প্ৰথমে এগৰাকী যুৱতীক শাৰীৰিক ভাবে নিৰ্যাতন ।

তাৰ পিছতেই এখন বিলাসী বাহনত যুৱতীক বলপূৰ্বক ভাৱে উঠাই লৈ পলায়ন।

On cemera সংঘটিত হৈছে এই ঘটনাৰ ।