Local, Vocal, Global

Woman Allegedly Drugged And Raped At Rajdhani Lodge : বাৰ্থডে পাৰ্টী খাবলৈ ৰাজধানী ল’জলৈ মাতি যুৱতীক ধৰ্ষণৰ চেষ্টা !

নিউজ ডেস্ক,২৩মাৰ্চ : প্ৰথমে নিচাজাতীয় সামগ্ৰী সেৱন আৰু তাৰ পিছত ধৰ্ষণৰ চেষ্টা যুৱতীক। বাৰ্থডে পাৰ্টী নামত একাংশ উদাণ্ড যুৱকে কৰিছে কি ?

গুৱাহাটীৰ ল’জত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা(Woman Drugged, Raped At Lodge, Suspect At Large) ।

অভিযোগ অনুসৰি , শনিবাৰে নিশা বাৰ্থডে পাৰ্টী খাবলৈ ৰাজধানী ল’জলৈ মাতি নিছিল এগৰাকী যুৱতীক আৰু তাৰ পিছত যুৱতীগৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰোৱাই অচেতন কৰি শ্লীলতাহানিৰ চেষ্টা চলাই ।

এই অভিযোগ উত্থাপন হৈছে পৰভেজ আনছাৰী নামৰ মেঘালয়ৰ যুৱক এজনৰ বিৰুদ্ধে(Woman Allegedly Drugged And Raped At Rajdhani Lodge, Suspect At Large) ।

এই ঘটনা সন্দৰ্ভত যুৱতীগৰাকীয়ে গুৱাহাটীৰ পানবজাৰৰ সদৌ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে(Woman Allegedly Drugged And Raped At Rajdhani Lodge)।

লগতে পঢ়ক : Princess Kate reveals she is in the early stages of treatment for cancer : কৰ্কট ৰোগত আক্ৰান্ত ৱেলছৰ ৰাজকুমাৰী কেট মিডলটন