wild elephant attack in Numaligarh: নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত আহত কিশোৰী
নিউজ ডেস্ক,২৮নৱেম্বৰ: নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত আহত কিশোৰী। আহত কিশোৰী গৰাকী ৰশ্মি ৰাজোৱাৰ বুলি জানিব পৰা গৈছে। বন্যহস্তীৰ আক্ৰমণত মূৰ, হাত, ভৰিত গুৰুতৰভাৱে আঘাত পাইছে কিশোৰীগৰাকীয়ে(wild elephant attack in Numaligarh)।
বুধবাৰে নিশা ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত কিশোৰীগৰাকীক আক্ৰমণ বন্যহস্তীটোৱে। সম্প্ৰতি JMCHত জীৱন-মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকীয়ে। মৰঙিৰ গৰঙা অঞ্চলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। বৰ্তমানেও বন্যহস্তীৰ এটা জাকে বিচৰণ কৰি আছে মৰঙি অঞ্চলত।
লগতে পঢ়ক :Raas Mahotsav 2024:বটদ্ৰৱা ৰাইদঙীয়া ৰজা গাঁৱত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ